AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

অসম বিধানসভাত মুখ্যমন্ত্ৰী তৰুণ গগৈ (Axom Bidhansabhat Mukhyamantri Tarun Gogoi)

Rating: 0/5
Our Price:
₹ 400
Author
Editor  নীলমণি সেন ডেকা (Nilamoni Sen Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB147
Email
Share on Google+
Description

অসম বিধানসভাত মুখ্য মন্ত্ৰী তৰুণ গগৈশীর্ষক এই গ্ৰন্থখন আমাৰ যোৱা কেইটামান মাহৰ চেষ্টাৰ ফচল বুলি পাঠক সমাজক আৰম্ভণিতে জনালোঁ৷ এই গ্ৰন্থখনৰ মূল বিষয়বস্তু বিধানসভাৰ মজিয়াত মুখ্য মন্ত্ৰী হিচাপে তৰুণ গগৈ ডাঙৰীয়াই আগবঢ়োৱা ভাষণসমূহ৷ অসমত প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্য মন্ত্ৰীৰ কার্যকালছোৱাত তেওঁ প্ৰদান কৰা ভাষণসমূহ তথা বিধানসভাৰ মজিয়াত প্ৰকাশ কৰা তেওঁৰ দৃষ্টিভংগী, চিন্তা, দূৰদৃষ্টিসম্পন্ন মনোভাবক একত্ৰিত কৰি সংকলিত কৰা হৈছে৷ আমাৰ মূল উদ্দেশ্য হৈছে তৰুণ গগৈ মুখ্য মন্ত্ৰী হিচাপে 12 বছৰৰো অধিক কাল অতিক্ৰম কৰা এই সময়ছোৱাৰ এক ঐতিহাসিক মূল্যাংকন কৰা আৰু সেইসমূহ ৰাজ্যখনৰ বস্তুনিষ্ঠ গৱেষকসকলৰ হাতত তুলি দিয়া৷

 

 

নীলমণি সেন ডেকা

Reviews

There are no reviews for this book yet.

Related Books


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168