AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

অসমৰ উৎসৱ পাৰ্বণ বুটলি (Axomor Utasv Parvan Butali)

Rating: 0/5
Our Price:
₹ 180
Author Dr. Angshuman Das (ড০ অংশুমান দাস)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB148
Email
Share on Google+
Description

অসম নৃতত্ত্বৰে নহয় ভাষাতত্ত্ব আৰু লোক-সংস্কৃতি বিজ্ঞান চর্চাৰো ভূস্বর্গ৷ প্ৰাগৈতিহাসিক যুগৰে পৰা অতি সাম্প্ৰতিক কাললৈকে যদিওবা এইখিনি ভূখণ্ড ভিন ভিন নামেৰে ভিন ভিন বংশীয় ৰজা-মহাৰজা-পোৱালি ৰজাসকলে শাসিত বা পৰিচালিত কৰি আহিছে, তথাপি ইয়াৰ থলুৱা বা প্ৰব্ৰজিত মানুহবিলাকৰ পালিত ধর্মবিশ্বাস, লোকাচাৰ আৰু ৰীতি-নীতিৰ স্বকীয়তা বিলীন হৈ যোৱা নাই৷ সেয়েহে কোৱা হয় অসম দেশত বাৰ মাহত তেৰ পূজাহয়৷ তেৰটা পূজাৰ তেৰটা গীতথকাটোৱে স্বাভাৱিক৷ এইবোৰক লৈ ব্ৰিটিছ মনীষীসকলৰ পৰা আৰম্ভ কৰি স্বদেশীয় পণ্ডিত-গৱেষকসকলে তেওঁলোকৰ বিভিন্ন গ্ৰন্থ বা টোকাত অতি সুন্দৰ সুন্দৰ বিৱৰণ লিখি থৈ গৈছে৷ অলিখিত হৈ থকা বহু অনুষ্ঠান-আচাৰবিধিও যে অনাদৃত হৈ পৰি থকা নাই এনেও নহয়৷ বহুচর্চিত, অল্পচর্চিত আৰু অনাচর্চিত এনে অনুষ্ঠান-আচাৰবিধিৰ বিষয়ে অতি সম্প্ৰতি এগৰাকী তৰুণ গৱেষক অংশুমান দাসে একক প্ৰচেষ্টাৰে যি অভিলাষী আঁচনি বাস্তৱায়িত কৰিবলৈ লৈছে সেয়া সঁচাকৈয়ে আদৰণীয় আৰু প্ৰশংসা-ধন্য৷

 

0 উপেন ৰাভা হাকাচাম

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168