AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

চলচ্চিত্ৰ সাহিত্য (Chalachitra Xahitya)

Rating: 0/5
Our Price:
₹ 150
Author ড০ সুব্ৰতজ্যোতি নেওগ (Dr. Subratajyoti Neog)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB149
Email
Share on Google+
Description

নব্য সাম্ৰাজ্যবাদী যুগত চলচ্চিত্ৰৰ জন্ম হৈছিল৷ ভাৰতবর্ষত চলচ্চিত্ৰৰ শুভাৰম্ভ হয় ঔপনিৱেশিক ইতিহাসৰ প্ৰায় মধ্যভাগত৷ সম্প্ৰতি একবিংশ শতিকাত ভাৰতবর্ষৰ চলচ্চিত্ৰই লাভ কৰিছে এক উচ্চস্তৰীয় আসন৷ হলীউড আৰু চীন দেশৰ চলচ্চিত্ৰ উদ্যোগতকৈও বেছি চলচ্চিত্ৰ বছৰেকত ভাৰতে নির্মাণ কৰি বর্তমান অধিকসংখ্যক চলচ্চিত্ৰ নির্মাণ কৰা দেশ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে৷ ভাৰতীয় চলচ্চিত্ৰৰ ভাব্বস্তু, কাৰিকৰী কৌশল, আংগিক আদি বর্তমান বিশ্বমান (World-class)ৰ হৈছে৷ ভাৰতৰ বাহিৰৰ প্ৰায় 90 খনৰো অধিক দেশত সম্প্ৰতি ভাৰতৰ চলচ্চিত্ৰই এক সন্তোষজনক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ বিশ্বৰ বহু নামী চলচ্চিত্ৰ মহোৎসৱসমূহত ভাৰতৰ চলচ্চিত্ৰই লাভ কৰিছে অযুত প্ৰশংসা৷ সত্যজিৎ ৰায়, মৃণাল সেন, ঋত্বিক ঘটক, অদুৰ গোপালকৃষ্ণন, মণিৰত্নম আদি ভাৰতৰ পৰিচালকে আন্তর্জাতিক পর্যায়ত স্বীকৃতি লাভ কৰিছে৷ আৰু শেখৰ কাপুৰ, মীৰা নায়াৰ, দীপা মেহতা, নাগেচ কুকুনুৰ আদি ভাৰতীয়ই বিদেশৰ চলচ্চিত্ৰ নির্মাণ কৰি বিপুল খ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে৷ ভাৰতীয় চলচ্চিত্ৰৰ উদ্যোগৰ লগত এতিয়া জড়িত হৈ পৰিছে 20th Century Fox, Sony Pictures, Walt Disney Pictures, Warner Bros আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় নাম৷ মুঠতে ঔপনিৱেশিক ইতিহাসৰ প্ৰায় মধ্যভাগত জন্ম লাভ কৰা ভাৰতীয় চলচ্চিত্ৰই সম্প্ৰতি লাভ কৰিছে এক নতুন মাত্ৰা আৰু আয়তন৷

Reviews

There are no reviews for this book yet.

Related Books


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168

Customers who bought this also bought ...