AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

কোনে জানে জীৱনৰ সঠিক খবৰ (Kone Jane Jibanar Sathik Khabar)

Rating: 0/5
Our Price:
₹ 60
Author মিন্টু দাস (Mintu Das)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS246
Email
Share on Google+
Description

মৰ্মৰিত অনুভৱ, মননশীল কবিতা

সুনির্বাচিত শব্দৰ চৌখিন ভাৱোচ্ছাস নহয়, কবিতা আত্মবোধৰ বীজ-বর্ণমালা৷ আত্মবোধৰ সতে সমাজ মননৰ সংঘাত অনিবার্য৷ ফলত সূক্ষ্ম, গভীৰ আৰু সংহত হয় কবিৰ অন্তর্দৃষ্টি৷ কবিৰ জীৱনবোধৰ সতে প্ৰসাৰিত সমাজবীক্ষাৰ মণিকাঞ্চন ঘটে৷ জাগ্ৰত কবিৰ গতিশীল শিল্পবীক্ষাৰ ছাঁ-জোনাকত ৰূপান্তৰিত হয় কবিতাৰ ফর্ম আৰু ভাষা৷ প্ৰেৰণাদীপ্ত সাধক কবিৰ এনে সার্থক সৃষ্টিৰাজীত আমি সততে অনুভৱ কৰো সময়ৰ সাঁচ, যুগৰ হৃৎস্পন্দন৷ বিগত তিনি দশকত সংখ্যাত সৰহ নহলেও এছাম তৰুণে কবিতাৰ দ পথাৰখনত বিচৰণ কৰি অহাটো আমাৰ পৰিলক্ষিত হয়৷ আমি আশান্বিত যে মিন্টু দাস সেইসকল কবিৰ মাজৰে এজন৷ দুকুৰি পাঁচটা কবিতা সন্নিৱিষ্ট কোনে জানে জীৱনৰ সঠিক খবৰতেওঁৰ প্ৰকাশিত প্ৰথম কাব্যগ্ৰন্থ৷

 

 

ৰুদ্ৰ সিংহ মটক

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...