AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আর্কাইভৰ নথিত ভূপেন হাজৰিকা (Archivor Nothit Bhupen Hazarika)

Rating: 0/5
Price of print book:₹ 200
Our Price:
₹ 180
Author নীলমনি সেন ডেকা (Nilamoni Sen Deka)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB150
Email
Share on Google+
Description

লুইতৰ পৰা কলম্বিয়াএই যাত্ৰা আছিল কন্টকাকীর্ণ৷ প্ৰশান্ত মহাসাগৰৰ উর্মিমালাৰ মাজত পৰি নিজক ৰক্ষা কৰিবলৈ ককবকাই থকা সেই নাৱৰীয়াজনতকৈও এই যাত্ৰা আছিল সংকটপূর্ণ৷ কিয়নো এই যাত্ৰাৰ প্ৰতিটো মুহূর্তত ৰঙাফিতাৰ মেৰ-পেঁচে হাজৰিকাক হতাশ কৰিছিল, শংকিত কৰিছিল৷ চৰকাৰী ৰঙাফিতাৰ মেৰ-পেঁচ বৰ জটিল আছিল৷ এই জটিল ৰঙাফিতাৰ মেৰ-পেঁচ গুচাই কলম্বিয়ালৈ পাৰি দিয়াৰ মুহূর্ত আছিল তেওঁৰ বাবে অপেক্ষাৰ সময়৷ তেওঁ আমেৰিকাত ভৰি দিয়েই এখন নতুন বিশ্ব দেখিছিল৷ এই বিশ্ব আছিল পীড়িত আৰু নিষ্পেষিতজনৰ বিশ্ব, বর্ণ বৈষম্যবাদৰ বিশ্ব৷ তেওঁ কেৱল বিশ্বিবদয়ালয়ৰ সিক্ষাই গ্ৰহণ কৰা নাছিল, তেওঁ গ্ৰহণ কৰিছিল নিপীড়িতজনৰ মুক্তিৰ শিক্ষাও৷ এই সম্পর্কে ইতিমধ্যে বিভিন্ন গ্ৰন্থত নানা কথা প্ৰকাশ পাইছে৷ প্ৰকাশ পাইছে তেওঁৰ আত্মজীৱনীতো৷ এই সম্পর্কে আমি বিস্তৃত আলোচনা বা পর্যালোচনা কৰিব খোজা নাই৷ আমি কেৱল এই গ্ৰন্থখনত এনে কিছুমান তথ্যসম্বলিত নথি আগবঢ়াব খুজিছোঁ, যিবোৰ ভূপেন হাজৰিকা আমেৰিকালৈ যোৱাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত চাকৰি কৰা সময়ছোৱাৰ অতি গুৰুত্বপূর্ণ তথ্য৷

 

নীলমণি সেন ডেকা

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous