AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

আপুনিও আকাশ চুব পাৰে (Aapunio Aaakaash Chuba Pare)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 90
Author বিকাশ কলিতা (Bikash Kalita), পলাশ কলিতা (Palash Kalita)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS247
Email
Share on Google+
Description

সাফল্য আৰু সুখৰ জীৱন বিচাৰি আধুনিক বিশ্বৰ মানুহে এখন জটিল সমাজ ৰচনা কৰি পেলাইছে বুলি ভাবো৷ মনক নিয়ন্ত্ৰণ আৰু পৰিশোধন কৰি জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰি, সুখ আৰু সাফল্যৰ খিৰিকি খোলাৰ পথ দেখুৱাব খুজিছে, বিকাশ কলিতা আৰু পলাশ কলিতাই৷ আশা কৰো গ্ৰন্থখনে আধুনিক মানবীয় সমস্যাৰ বহু সমাধান দি পাঠকক সহায় কৰিব৷

অনুৰাধা শর্মা পূজাৰী, লেখক, সম্পাদক, সাদিন

 

আধুনিক জীৱন জীয়াই থকাৰ বাবে অতিকে জটিল আৰু কষ্টকৰ হৈ পৰিছে৷ সমাজ জীৱনত শৈশবৰ দিনকেইটা পাৰ হোৱাৰ পিছতে পদে পদে আৰম্ভ হয় বিভ্ৰান্তি আৰু অসংখ্য জটিলতা৷ বাট বিচাৰি নোপোৱা অৱস্থা৷ এনে পৰিপ্ৰেক্ষিততে কোনোবাই যদি বাটৰ আঁত ধৰি দিব খোজে, তেন্তে সেয়া হৈ পৰে প্ৰকৃতার্থত আচল মহান বন্ধুত্ব৷ Life Skills Training Institute এ অসমৰ উঠি অহা প্ৰজন্মৰ লগতে সকলো বয়সৰ লোকৰ জীৱন যাত্ৰাত এক ডাঙৰ সহায়তা কৰিব বুলি আশা কৰিছো৷ এই গ্ৰন্থখন হব তাৰ আন এক বিৰল অবদান৷

দিলীপ চন্দন, লেখক, সম্পাদক, অসম বাণী,

 

 

This book will go a long way in helping the readers to tackle a number of life skill related problems of day to day life.

Prasanta J. Baruah, Executive Editor, The Assam Tribune.

 

 

এই ধৰণৰ কিতাপে অসমৰ বিশেষকৈ যুব প্ৰজন্মক জীৱনটো সঠিক ৰূপত গঢ় দিয়াত যথেষ্ট সহায় কৰিব৷

সমুদ্ৰ গুপ্ত কাশ্যপ

Reviews

There are no reviews for this book yet.

Related Books


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168

Customers who bought this also bought ...