AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

সফলতাৰ সাধনা (Safalatar Sadhana)

Rating: 0/5
Price of print book:₹ 110
Our Price:
₹ 100
Author বিকাশ কলিতা (Bikash Kalita)
Language Assamese
Publisher Assam Kart Publisher
Book Code  NS249
Email
Share on Google+
Description

সফলতাৰ সাধনা

সফল হ'বলৈ আপোনাক কি লাগে? সেইবোৰ আপোনাৰ গাত আছেনে? আপুনি সফল হ'ব পাৰিবনে? সফলতা এটা প্ৰক্ৰিয়া নে ই হঠাতে ঘটা এটা পৰিঘটনা? এই সকলো কথাৰে উত্তৰ আপুনি বিচাৰি পাব "সফলতাৰ সাধনা" কিতাপখনত৷

সফলতাৰ সাধনা কিতাপখনত আপুনি সফল হোৱাৰ পর্যায় (ষ্টেপ) বোৰৰ বিষয়ে জানিব পাৰিব৷ এই কিতাপখনে সফল হ'বলৈ আপুনি কি দৰে নিজৰ পথত আগবাঢ়ি যাব লাগিব তাকে সহজ ভাষাত বুজাই দিব৷ এই ষ্টেপবোৰ ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ অনুসৰণ কৰি আপুনি নিজৰ নিজৰ কামত সফল হ'ব পাৰিব৷ এক প্ৰাঞ্জল ভাষাত লিখা এই কিতাপখনত "আমাৰ অসম" কাকতত প্ৰকাশ হোৱা কেইবাটাও লিখনিয়ে স্থান পাইছে৷

 

বিকাশ কলিতা

মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক

বিকাশ এজন মটিভেচনেল স্পীকাৰ, উদ্যোগী (আন্ট্ৰিপ্ৰিনিওৰ), কোচ, কার্যকুশলতা বিশেষজ্ঞ আৰু লিখক, যিয়ে পার্ছনেল ডেভেলপমেন্ট, উদ্যমীতা, কর্মকুশলতা আৰু জীৱনৰ বিভিন্ন বিষয়ে শিকায়৷ তেওঁ মানুহক নিজৰ জীৱন উন্নিত কৰিবলৈ আৰু নিজৰ লক্ষ্যবোৰ লাভ কৰিবলৈ সহায় কৰে৷

বিকাশ Life Skills Training Institute (www.lstionline.com) বা LSTI ৰো এজন প্ৰতিষ্ঠাপক৷ এই অনুষ্ঠানে বিভিন্ন শ্ৰেণীৰ মানুহক মটিভেচনেল আৰু লাইফ স্কিল ট্ৰেইনিং আগবঢ়ায় যাৰ দ্বাৰা যুবক-যুৱতী সকলৰ সমর্থবান কৰাৰ লগতে সকলো মানুহৰে জীৱনৰ উন্নতি সাধনত সহায় হয়৷

বিকাশে অসমৰ বিভিন্ন টিভি চেনেল, যেনে প্ৰতিদিন টাইম আদিত বিভিন্ন সময়ত মটিভেচনেল স্পীকাৰ আৰু লাইফ স্কিল এক্সপার্ট হিচাপে মানুহৰ জীৱন সম্পর্কীয় নানা কথা-বতৰাত ভাগ লৈছে৷

তেওঁ "আমাৰ অসম" কাকতত আৰু মহিলা আলোচনী "নন্দিনী" ত দুটা নিয়মীয়া শিতানো লিখে৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...