AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

হালধীয়া সমুদ্ৰ আৰু কিছু নির্বাচিত কবিতা (Halodhiya Samudra Aaru Kichu Nirbachita Kabita)

Rating: 0/5
Price of print book:₹ 80
Our Price:
₹ 60
Author মুহি শইকীয়া (Muhi Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS254
Email
Share on Google+
Description

সাম্প্ৰতিক কালৰ প্ৰতিভাৱান অসমীয়া কবিসকলৰ ভিতৰত এটা চিনাকি নাম মুহি শইকীয়া৷ যোৰহাটৰ তিতাবৰত ১৯৬৮ চনত শইকীয়াৰ জন্ম৷ তেওঁৰ প্ৰথম কবিতা ‘সাহসী নদীয়াল’ প্ৰকাশ পায় ১৯৯১ চনত ‘সাপ্তাহিক জনমভূমি’ কাকতত৷ প্ৰথম কাব্যগ্ৰন্থ ‘নদী, প্ৰেম আৰু কবিতা’ (কিৰণ প্ৰকাশন, ২০০৩)৷ তেওঁৰ প্ৰথমখন উপন্যাস ‘জীৱন যদিহে অনুপম’ কিৰণ প্ৰকাশনৰ পৰাই প্ৰকাশ পায় ২০০৪ চনত৷ দ্বিতীয় কাব্যগ্ৰন্থ ‘হালধীয়া সমুদ্ৰ’ত সন্নিৱিষ্ট কবিতাসমূহ ইতিমধ্যে বিভিন্ন কাকত-আলোচনীত প্ৰকাশিত৷

 

শইকীয়াৰ কবিতাসমূহত জীৱন আৰু জগত সম্পর্কে গভীৰ উপলব্ধি সততে লক্ষ্য কৰা যায়৷ শব্দৰ সুললিত প্ৰয়োগো তেওঁৰ কবিতাসমূহ সফল হোৱাৰ এক অন্যতম কাৰণ৷  

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168