AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ছোৱিয়েৎ ব্যৱস্থা (স্থাপনৰ পৰা অপসাৰণলৈ) (Soviet Byawastha)

Rating: 0/5
Price of print book:₹ 100
Our Price:
₹ 80
Author কানাই গগৈ (Kanai Gogoi)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS255
Email
Share on Google+
Description

মার্কছ্‌বাদ বিফল মতবাদ নহয়, বৰঞ্চ ই এতিয়ালৈকে সৃষ্ট মতবাদবোৰৰ ভিতৰত আটাইতকৈ মানৱতাবাদী – শ্ৰেণীবিহীন সমাজ গঢ়ি মানুহক প্ৰকৃত মুক্তি-স্বাধীনতা প্ৰদান কৰাৰ বিধান এই মতবাদতহে আছে৷ ছোৱিয়েৎ ব্যৱস্থাৰ স্থাপন তথা তাৰ ৰক্ষণাবেক্ষণত ভুল হৈছিল মতবাদটোৰ সঠিক প্ৰয়োগত৷ আনহাতেদি মার্কছ্‌বাদ হঠধর্মিতা (Dogma) নহয় – ই সংশোধনশীল-পৰিৱর্তনশীল মতবাদ৷ মার্কছ্‌বাদ সৃষ্টিৰ সময়ৰ সমাজ ব্যৱস্থা আৰু এতিয়াৰ সমাজ ব্যৱস্থাৰ মাজত বিস্তৰ প্ৰভেদ, আৰু সেয়ে ধ্ৰুপদী মার্কছ্‌বাদত প্ৰয়োজনীয় সংশোধন কৰিহে তাক সাম্প্ৰতিক সমাজ ব্যৱস্থাত প্ৰয়োগ কৰিব পৰা যাব৷ উল্লেখ্য যে মার্কছ্‌বাদে এনে সংশোধনৰ বিৰোধিতা নকৰে৷

 

ইয়াত ছোৱিয়েৎ ব্যৱস্থা, অর্থাৎ ছোৱিয়েৎ আর্হিৰ সমাজবাদৰ কথা স্থাপনৰ পৰা তাৰ অপসাৰণলৈকে বর্ণোৱা হৈছে৷ বর্ণনাত ব্যৱস্থাটোৰ স্থাপন তথা তাৰ ৰক্ষণাবেক্ষেণৰ কালছোৱাত হোৱা ভুল-ভ্ৰান্তি, ব্যৱস্থাটো ধ্বংস কৰিবলৈ প্ৰতিক্ৰিয়াশীল মহলে নিৰন্তৰ চলাই থকা চক্ৰান্ত-ষড়যন্ত্ৰ আদিৰ কথা উল্লেখ কৰা হৈছে৷  

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...


Warning: Invalid argument supplied for foreach() in /home/content/73/10933373/html/akart/modules/mod_leovmscroller/libs/source/virtuemart/virtuemart.php on line 168