AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

ভবিষ্যত অসমৰ অধিকাৰী ডেকা শক্তিলৈ (Bhavishyat Axomor Deka Shaktioi)

Rating: 0/5
Our Price:
Free
Author অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী (Ambikagiri Raychoudhury)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS22
Email
Share on Google+
Description

অম্বিকাগিৰীৰ চিন্তাধাৰাৰ মূল প্ৰবাহ হৈছে অসমত অসমীয়াৰ স্বাধিকাৰ প্ৰতিষ্ঠা কৰা আৰু তাৰ ভিত্তিত এক জাতীয় সাংস্কৃতিক জাগৰণৰ উন্মেষ ঘটোৱা৷ থূলমূলকৈ এই উদ্দেশ্য তেওঁ তলত দিয়া কাৰ্যসূচী দাঙি ধৰে

১) অসমৰ মাটি আৰু সম্পদৰ ওপৰত থলুৱা অসমীয়াৰ স্বত্ব সাব্যস্ত কৰা৷

২) অসমৰ সমূহ জনগনৰ ঐক্য আৰু জাতীয় চেতনাৰ বাবে অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰা আৰু এই ভাষাতেই এক প্ৰবল জাতীয়বোধ আৰু দেশাত্মবোধ প্ৰচাৰ কৰা

 

৩) শিল্প-উদ্যোগ, জ্ঞান-বিজ্ঞান, কলা-কৃষ্টিৰ বিভিন্ন দিশত থলুৱা অসমীয়াৰ উদ্যম আৰু উদ্যোগত উদ্গনি দি এক সক্ষম, সৃষ্টিশীল জাতি হিচাপে অসমীয়াক গঢ়ি তোলা

-------ড০ হীৰেন গোঁহাই

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous