AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

শান্ত-শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট (Shanta Shista Hrista Pusta Mahadusta)

Rating: 0/5
Price of print book:₹ 120
Our Price:
₹ 100
Author ড০ ভবেন্দ্ৰ নাথ শইকীয়া (Dr. Bhabendra Nath Saikia)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS15
Email
Share on Google+
Description

থনৰকৈ এটা শব্দ হল৷ মনুৱে চিঞৰিলে, - “এ-এ-এ! হল দিয়া!

মনুহঁতৰ মাকে ভিতৰৰ পৰা সুধিলে, “কি হল অ’?”

ভুলু তেতিয়া মনুহঁতৰ ঘৰতে আছিল৷ সি কলে, “বলটো লাগি খিৰিকীৰ আইনা এখন নতুন হল৷তাৰ পিছত সি হি-হি কৈ হাঁহিবলৈ ধৰিলে৷

------

 

ভবেন্দ্ৰ নাথ শইকীয়াৰ অতি জনপ্ৰিয় এখন শিশু গ্ৰন্থ । যদিও এইখন শিশু গ্ৰন্থ, তথাপি সৰু-ডাঙৰ সকলোৰে প্ৰিয় এই কিতাপখন । সৰুতে ৰেডিওত নাটকৰ ৰূপত এই কিতাপখন শুনা সম্ভৱ আপোনাৰ মনত আছে । বাপু, মনু, ভুলুহঁতৰ দুষ্টালিবোৰৰ কথা পঢ়িব পাৰিব শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টত৷

Reviews

There are no reviews for this book yet.

Related Books

Customers who bought this also bought ...

Next Previous