AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

দৈনন্দিন (Doinandin)

Rating: 5/5
Price of print book:₹ 100
Our Price:
₹ 80
Author ভৃংগেশ্বৰ শৰ্মা (Bhringeswar Sarma)
Language Assamese
Publisher Nirvana Sutra
Book Code  NS11
Email
Share on Google+
Description

হাঁহিবলৈ সাজু হওঁক। নিজৰ চোকা লিখনিৰে সমাজৰ অদ্ভুত আচৰণবোৰ আঙুলিয়াই দিয়াৰ লগতে দৈনন্দিনে আপোনাক যোগাব হাঁহিৰ খোৰাক।

জনপ্ৰিয় লিখনিবোৰ পঢ়ক প্ৰথমবাৰৰ বাবে ই-বুক ৰূপত । কেইটামান হাঁহি উঠা কিন্ত চিন্তা কৰিবলগীয়া কথা- ———-

ছুনামি-সংসাৰৰ খৰচৰ বোজাৰ ছুনামি

ডায়েগনছিছ-কিদৰে কেচুৱাই নেখাই ক্ষীণায় আৰু কিদৰে পৰিবাৰে নেখাই শকত হয়

অকালবৃদ্ধ-লৰা ছোৱালীক ভাল স্কুলত পঢ়োৱাৰ যাতনা আৰু বিড়ম্বনা

মুখ্য অতিথি-মুখ্য অতিথি হোৱাৰ যাতনা আৰু সমস্যাবোৰ

পুৰষৰ সৌন্দৰ্য্য চৰ্চা----সৌন্দৰ্য্য চৰ্চা কি অকল মহিলাৰ অধিকাৰ! কি কি নকৰিলে আপোনাৰ নাক বাচি থাকিব।

Reviews

Friday, 26 July 2013
দৈনন্দিন জীৱনত ঘটি থকা সৰু সৰু ঘটনাবোৰ খুব সৰল আৰু আমোদজনক লিখনিৰে প্ৰকাশ কৰি পাঠকক আনন্দ প্ৰদানত বাৰুকৈয়ে সফল হৈছে শৰ্মাদেৱ ।

ভাল লাগিল পঢ়ি ।
britul sharma

Related Books

Customers who bought this also bought ...