AssamKart.com - North-East's first-ever eBook store
Log in Register

Login to your account

Username
Password *
Remember Me

Create an account

Fields marked with an asterisk (*) are required.
Name
Username
Password *
Verify password *
Email *
Verify email *
New AssamKart PC App Released - Download the updated Windows Installer that comes with better reading experience and performance

eBook Categories

Last Visited

বুঢ়ী আইৰ সাধু (Burhi Aair Saadhu)

Rating: 3/5
Price of print book:₹ 100
Our Price:
₹ 80
Author লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbaruah)
Language Assamese
Publisher Aank Baak-Nirvana Sutra
Book Code  AB22
Email
Share on Google+
Description

লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ দ্বাৰা ৰচিত এই সাধুকথাৰ পুথিখন আজি প্ৰায় এশ বছৰ ধৰি অসমীয়াৰ মাজত প্ৰচলিত আৰু জনপ্ৰিয়৷ সৰুতে আইতাৰ মুখত শুনা সাধুকথাৰ আকৌ এবাৰ মজা লওঁক৷

সকলোৰে মৰমৰ বুঢ়ী আইৰ সাধু সচিত্ৰ ৰূপত৷ ইয়াত অন্তৰ্ভুক্ত প্ৰতিটো গল্পৰ লগতে উপযোগী চিত্ৰই আপোনাক সাধুটোৰ ৰসাস্বাদন কৰাত সহায় কৰিব৷

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অনন্য সাহিত্যকৃতিসমূহৰ ভিতৰত বুঢ়ী আইৰ সাধুৰ স্থান একক৷ কোনো অসমীয়া সন্তানেই বুঢ়ী আইৰ সাধুক বাদ দি এটা শিক্ষিত জীৱন কল্পনা কৰিব নোৱাৰে৷ অসমীয়া লোকজীৱন আৰু লোকমনৰ উজ্জ্বলতৰ প্ৰতিফলনেৰে এই গ্ৰন্থ সমুজ্জ্বল৷ অৱশ্যে কেৱল শিশুৱেই নহয়, ইয়াৰ ভাষা আৰ কথনশৈলীয়ে এক শতিকাজুৰি বিমুগ্ধ কৰি আহিছে সকলোকে৷

Reviews

Thursday, 14 April 2016
I bought it today. But the library is not refreshing. So unable to read it yet.
DILIP HAZARIKA
Wednesday, 13 November 2013
wonderful...my 5 years daughter loves it very much. since buying hardcopy is nowadays becoming matter of past, I procured this eBook online. Others should also try.
Dibyojit Dutta

Related Books

Customers who bought this also bought ...